চন্দ্ৰত যাবলৈ কিমান সময় লাগে? How long does it take to get to the moon?
প্ৰ: চন্দ্ৰত যাবলৈ কিমান সময় লাগে?
How long does it take to get to the moon?
Answer: মহাকাশযান এখন চন্দ্ৰত উপনীত হ’বলৈ প্ৰায় ৩ দিন লাগে। সেই সময়ছোৱাত এখন মহাকাশযানে কমেও ২,৪০,০০০ মাইল (৩,৮৬,৪০০ কিলোমিটাৰ) ভ্ৰমণ কৰে যি হৈছে পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰত্ব। নিৰ্দিষ্ট দূৰত্ব বাছনি কৰা নিৰ্দিষ্ট পথৰ ওপৰত নিৰ্ভৰ কৰে।
Post Id: DABP000015
Comments
Post a Comment