Posts

সকলোতকৈ অধিক গাখীৰ দিব পৰা ছাগলী জনীৰ নাম কি

জনুনাপাৰী

কি চৰাইয়ে নিজে বাঁহ নাসাজে?

কুলি চৰাই।

সকলোতকৈ তীব্ৰ গতিত যাব পৰা চৰাই কোনটো

ৱাজ

এটা ঘঁৰিয়ালৰ মুখত কেইটা দাঁত থাকে?

৮2 টা।

কোনটো ভেকুলীয়ে টোৰটৰাই থাকে?

মতা ভেকুলীয়ে।

কোনটো চৰাই মাত সকলোতকৈ মধুৰ হয়?

বুলবুল চৰাই।